আজি মোৰ সমষ্টিৰ ভেৰগাওঁ, টংলা, খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সংস্থাক আৰু আৰ্থিক ভাৱে পিছপৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰো যিকোনো পৰিস্থিতিত ৰাইজৰ বাবে সকলো সম্ভৱ প্ৰয়াসেৰে সহায়-সহযোগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছো আৰু আগলৈও এই ধাৰা অব্যাহত থাকিব
1
6
11
633
0
Download Image