এজন মানৱদৰদী হেৰাই গ'ল... দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ বাতৰি পাই অতিশয় মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ দেশৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ্ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে অজস্ৰ গুণমুগ্ধক আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁম শান্তি🙏
0
0
0
12
0
Download Image