২০১৭ চনত অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকোতেই বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়াই দেখা সপোনে আজি পূৰ্ণতা পাইছে। মানবদৰদী @RNTata2000 ডাঙৰীয়াৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম।
0
1
3
0
0
Download Image