মাননীয় প্ৰধানমন্ত্ৰী @narendramodi দেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত আমাৰ ৰাজ্য চৰকাৰে যুৱপ্ৰজন্মৰ সংস্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি ৪৪৭০৩ গৰাকীৰ নিযুক্তিৰে ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে ধাৱমান আমাৰ চৰকাৰ। #1LakhJobsinAssam
0
0
3
90
0
Download Image