স্বৰ্গীয় দীপক বৰঠাকুৰ ডাঙৰীয়াৰ আদ্য শ্ৰাদ্ধ অভিমুখে যাত্ৰাৰ পথত ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে গুৱাহাটী জিলা যুৱ বিষয়ববীয়া সকলৰ সৌহাদ্যপূৰ্ণ আলাপ-আলোচনাৰ মুহূৰ্তত / কিছু মুহুৰ্ত। @DilipSaikia4Bjp @BJYMAssamPrdsh
0
0
4
0
0
Download Image